AssamHimanta Biswa Sarmaঅসম

ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে ভাল খবৰ

মহিলাই লাভ কৰিবলৈ গৈ আছে ১০ হাজাৰ কৈ টকা

ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে ভাল খবৰ।

ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিবলৈ গৈ আছে ১০ হাজাৰ কৈ টকা।কিন্তু এই ধন মহিলাসকলে লাভ কৰিব ব্যৱসায়ৰ ক্ষেত্ৰত নিজকে আগুৱাই লৈ যাবৰ বাবে।।প্ৰথম পৰ্যায়ত মহিলাসকলে লাভ কৰিব ১০ হাজাৰকৈ টকা সমান্তৰালকৈ দ্বিতীয় পৰ্যায়ত লাভ কৰিব ২৫ হাজাৰ আৰু তৃতীয় পৰ্যায়ত লাভ কৰিব ৫০ হাজাৰকৈ টকা।

যদিহে ১০ হাজাৰ টকাটো ভাল কামত ব্যৱহাৰ কৰে ,তেতিয়া লাভ কৰিব ২৫ হাজাৰ টকা।যদিহে ২৫ হাজাৰ টকাৰে ব্যৱসায়ত ব্যৱহাৰ কৰি উন্নতি কৰে তেন্তে তেতিয়া লাভ কৰিব ৫০ হাজাৰ টকা।

যদিহে কোনো ব্যৱসায়ত এই ধন ব্যয় কৰিব বিচৰা নাই তেন্তে মহিলাসকলে স্বামীৰ ব্যৱসায়ত সহায় কৰিব পাৰিব এই ধনে।

 

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven + 13 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.