leatest updatePMo indiapolitical

‘নাৰী শক্তি বন্দন বিধেয়ক’ৰ গৃহীতৰ পিছতে বিজেপিৰ মুখ্য কাৰ্যালয়ত আনন্দমুখৰ পৰিৱেশ

মোদীক অভিনন্দন মহিলা মৰ্চাৰ সদস্যসকলৰ

সংসদত গৃহীত হ’ল নাৰী শক্তি বন্দন বিধেয়ক
বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত PM নৰেন্দ্ৰ মোদী
মুখ্য কাৰ্যালয়ত আনন্দমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ মহিলাই অভিনন্দন জনালে প্ৰধানমন্ত্ৰীক
মোদীক অভিনন্দন মহিলা মৰ্চাৰ সদস্যসকলৰ
মহিলা সংৰক্ষণ বিধেয়ক গৃহীত হোৱাত আনন্দ প্ৰকাশ
নাৰী শক্তি বন্দন অধিনিয়মৰ বাবে অভিনন্দন PMৰ
‘ভাৰতৰ মহিলা বহু আগবাঢ়ি গৈছে’
‘এয়া নতুন ভাৰতৰ নতুন গণতন্ত্ৰৰ যুগ’
‘এই অমৃতকাল দেশৰ জনগণৰ বাবে’
‘এই বিধেয়ক সপোন আছিল, এতিয়া বাস্তৱ হৈছে’
‘মোদীয়ে যি প্ৰতিশ্ৰুতি দিছিল সেয়া পূৰণ কৰিছে’
‘আমি দুটা দিনৰ ভিতৰতে অসম্ভৱক সম্ভৱ কৰিলো’
‘এই বিধেয়কৰ জৰিয়তে সপোন বাস্তৱত পৰিণত হৈছে’
সকলো মহিলাকে মই অভিন্দন জনাইছো : নৰেন্দ্ৰ মোদী
‘এয়া দেশৰ মহিলাসকলৰ ঐতিহাসিক জয়’

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen − fourteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.