leatest updateSocialSports

আজিৰে পৰা ভাৰত-অষ্ট্ৰেলিয়াৰ এদিনীয়া শৃংখলা

ODI বিশ্বকাপৰ পূৰ্বে মুখামুখি হ’ব দুয়ো দল

আজিৰে পৰা ভাৰত-অষ্ট্ৰেলিয়াৰ এদিনীয়া শৃংখলা

মোহালিত ৩খনীয়া শৃংখলাৰ প্ৰথমখন মেচ

ODI বিশ্বকাপৰ পূৰ্বে মুখামুখি হ’ব দুয়ো দল

এছিয়া জয়ৰ পিছত বিশ্ব জয়ৰ প্ৰস্তুতি ভাৰতৰ

প্ৰথম দুখন মেচত ভাৰতক নেতৃত্ব দিব কে এল ৰাহুলে

দললৈ প্ৰত্যাবৰ্তন অফ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনৰ

ৰোহিত-বিৰাট অবিহনে প্ৰথম দুখন মেচ খেলিব ভাৰতে

দিনৰ ১.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব এই মেচ

পূৰ্বৰ অভিলেখ অনুসৰি মোহালিত ফেভাৰিত অষ্ট্ৰেলিয়া

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − 13 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.