Assamleatest updateSocial

শুৰ পোকৰ উপদ্ৰৱত নিদ্ৰাহৰণ কৃষকৰ; শ শ হেক্টৰ কৃষিভূমি বিনষ্ট কৰিছে শুৰ পোকে।

জিলা কৃষি বিভাগে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ অঞ্চলবাসীৰ।

বানৰ পিছত মঙলদৈত শুৰ পোকৰ সংহাৰ। শ শ হেক্টৰ কৃষিভূমি বিনষ্ট কৰিছে শুৰ পোকে। শুৰ পোকৰ উপদ্ৰৱে এতিয়া নিদ্ৰাহৰণ কৰিছে কৃষকৰ।

শালিধানৰ পথাৰত শোৰ পোকৰ বিস্তৰ ক্ষতিসাধন। জিলা কৃষি বিভাগে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ অঞ্চলবাসীৰ। ভেৰুৱাদলৰ খামচা পথাৰ, দুনীৰ চিপিনা, মাটিয়া পথাৰ আৰু মেনাদোভাকে ধৰি দুনী, বোনমাঝা, বুঢ়া, চেঙেলীয়াঝাৰ আদি পঞ্চায়ত এলেকাৰ শ শ হেক্টৰ সজাল লগা শালি ধানৰ পথাৰত শুৰ পোকৰ উপদ্ৰৱে চিন্তিত কৰি তুলিছে কৃষক ৰাইজক। কৃষি বিভাগে শীঘ্ৰে ব্যৱস্থা গ্ৰহন নকৰিলে কৃষকে পুনৰ লোকচানৰ সন্মুখিন হ’ব বুলি ক্ষোভ উজাৰিছে ভোক্তভোগী কৃষকে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 − two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.