AssamCity newsঅসমগুৱাহাটীদৈনিক বাতৰিবিশ্বভাৰতমনোৰঞ্জনসংস্কৃতি

সমগ্ৰ বিশ্বজুৰি এতিয়া বৰদিনৰ উখল মাখল! মাজনিশা সকলো গীৰ্জা মুখৰ হৈ পৰিব কেৰলৰ ধ্বনিৰে….

সমগ্ৰ বিশ্বজুৰি এতিয়া বৰদিনৰ উখল মাখল।

বিশ্বৰ প্ৰান্তে প্ৰান্তে পৰম্পৰাগতভাৱে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে বৰদিন পালনৰ বাবে চলাইছে প্ৰস্তুতি।

আজি মাজনিশা সকলো গীৰ্জা মুখৰ হৈ পৰিব কেৰলৰ ধ্বনিৰে।

ভেটিকানত পূৰ্ব পৰম্পৰাৰে বৰদিনৰ বিশাল আয়োজন।

বৰদিন উপলক্ষে আলোকসজ্জাৰে সজাই তোলা হৈছে পোপৰ নগৰী।

লণ্ডনতো দেখা পোৱা গৈছে পৱিত্ৰ খ্ৰীষ্টমাছ উপলক্ষে উখল মাখল পৰিৱেশৰ।

একেই দৃশ্য পেৰিছ আৰু নিউয়ৰ্কতো।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen − eight =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.