AssamCity newsCrimeঅপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰত

ক’ত পলাল চুমি বৰা? চুমি বৰাৰ NEXT DESTINATION কি?

আৰক্ষীৰ জালত মহাপ্ৰৱঞ্চক বিশাল ফুকন

ডিব্ৰুগড়ৰ প্ৰৱাঞ্জলী এপাৰ্টমেণ্টত আৰক্ষীৰ অভিযান

প্ৰৱাঞ্জলী এপাৰ্টমেণ্টত আটক প্ৰৱঞ্চক বিশালক

৪ ঘণ্টা ধৰি বিশালৰ ফ্লেটত চলিছিল আৰক্ষীৰ তালাচী

৫০৩ নম্বৰ ফ্লেটত তালাচী চলাইছিল ডিব্ৰুগড় আৰক্ষীয়ে

প্ৰৱঞ্চনাৰে কোটি কোটি টকা লুণ্ঠনৰ অভিযোগ

মানি ট্ৰেডিঙৰ জৰিয়তে গ্ৰাহকক প্ৰৱঞ্চনাৰ অভিযোগ

এমাহতে ধন দুগুণ হোৱাৰ প্ৰলোভন দিছিল গ্ৰাহকক

বিশালৰ লগতে এজন যুৱকক জিম্মাত লৈছে আৰক্ষীয়ে

আটকাধীন যুৱকজন বিশালৰ গ্ৰুপৰ সৈতে জড়িতৰ সন্দেহ

২২ বছৰীয়া প্ৰৱঞ্চক বিশাল ফুকনক লৈ ৰাজ্যজুৰি চলিছে ব্যাপক চৰ্চা। কোটি কোটি টকা লুণ্ঠনৰ, অভিযোগ উঠিছিল বিশালৰ বিৰুদ্ধে। ফেচবুক আৰু ইনষ্টাগ্ৰামত স্পষ্টীকৰণ দি লুণ্ঠনৰ অভিযোগ নস্যাৎ কৰিছিল বিশাল ফুকনে। স্পষ্টীকৰণত উদ্যোগ আৰু বিনিয়োগেৰে আইনসংগত উৰ্পাজনৰ দাবী বিশালৰ। ডি বি ষ্ট’ক ব্ৰ’কিঙৰ প্ৰৱঞ্চক দীপাংকৰৰ দৰেই ৬০০ কোটি টকা লুণ্ঠনৰ অভিযোগ বিশালৰ বিৰুদ্ধে। শ্বেয়াৰ বজাৰত বিনিয়োগ বাবে ধন লোৱাৰ পূৰ্বেই ৭ দফীয়া চুক্তি কৰিছিল বিশালে। ৬০ দিনক ভিতৰত বেংকৰ তুলনাত গ্ৰাহকক অধিক লাভ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল বিশাল ফুকনে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.