leatest updatenationalnatural disasterSocial

দেৱভূমিত প্ৰাকৃতিক দুৰ্যোগৰ প্ৰলয়; সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে কেডাৰনাথ ধামৰ পথ

উত্তৰাখণ্ডত ডাৱৰ বিস্ফোৰণৰ পিছত ভয়ংকৰ পৰিস্থিতি।

দেৱভূমিত প্ৰাকৃতিক দুৰ্যোগৰ প্ৰলয়। উত্তৰাখণ্ডত ডাৱৰ বিস্ফোৰণৰ পিছত ভয়ংকৰ পৰিস্থিতি। সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে কেডাৰনাথ ধামলৈ যোৱা পথ। ঠায়ে ঠায়ে ভাঙি পৰিছে কেডাৰনাথলৈ যোৱা পথটো।

চৰকাৰী তথ্য অনুসৰি বৰ্তমানেও সন্ধানহীন হৈ আছে ১৬জন লোক। আবদ্ধ সহস্ৰাধিক তীৰ্থ যাত্ৰী। তীৰ্থ যাত্ৰীক উদ্ধাৰৰ বাবে ব্যৱহাৰ কৰা হৈছে ড্ৰোণ। হেলিকপ্টাৰেৰে উদ্ধাৰ কৰা হৈছে ১০০০ তীৰ্থ যাত্ৰী।

উত্তৰাখণ্ডৰ বিভিন্ন পাহাৰত আবদ্ধ হৈ থকা ৫ হাজাৰ তীৰ্থ যাত্ৰীক কৰা হৈছে উদ্ধাৰ। হিমাচল প্ৰদেশৰ ১২খন জিলাত জাৰি কৰা হৈছে YELLOW এলাৰ্ট।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

six − one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.