leatest updateঅসমগুৱাহাটীজন্তুভাৰত

চলমান আৰু নাই! মানুহ আৰু প্ৰভুভক্ত কুকুৰৰ এক বুজাব নোৱাৰা সম্পৰ্ক

এটা কুকুৰৰ মৃত্যুত শোকস্তব্ধ এখন গাঁও।

এটা কুকুৰৰ মৃত্যুত শোকস্তব্ধ এখন গাঁও।

জীৱকুলৰ প্ৰতি থকা মৰম চেনেহৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে আলেকজাৰী গাঁওবাসীয়ে।

ছলমানৰ মৃত্যুত আজি শোকস্তব্ধ গাঁওবাসী।

বিগত দুবছৰ আগত আলেকজাৰীৰ এটি পৰিয়ালে পুহিবৰ বাবে আনিছিল ছলমানক।

কিন্তু নিয়তিৰ নিষ্ঠুৰতাই বেছি দিন এই মৰম ভালপোৱাক সহ্য নকৰিলে।

গাওঁখনৰ মৰমৰ চলমানক সকলোঁ ৰাইজে মিলি শৱদেহ লৈ শোভাযাত্ৰা কৰি  কলাজল নৈৰ পাৰত সমাধিস্থ কৰে আৰু চলমানৰ স্মৃতিৰ চিন স্বৰূপে এটি আম গছৰ পুলিও ৰোপন কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.