অপৰাধঅসমআঞ্চলিক

উৎকোচ লৈ ৰঙাঘৰৰ আলহী দুগৰাকীকৈ বিষয়া

উৎকোচ লওতে হাতে-লোটে গ্ৰেপ্তাৰ

উৎকোচ লৈ ৰঙাঘৰৰ আলহী দুগৰাকীকৈ বিষয়া

মৰিগাঁৱত দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ আবকাৰী অধীক্ষক, আবকাৰী অধীক্ষক বৰষা বৰা বৰদলৈক গ্ৰেপ্তাৰ
দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত গ্ৰেপ্তাৰ অধীক্ষকগৰাকী৷

এজন লোকৰ পৰা দাবী কৰিছিল ১ লাখ টকা, চিন্ময় তামুলী নামৰ লোকজনক দাবী কৰিছিল ধন৷ ২০ হাজাৰ উৎকোচ লওতে হাতে-লোটে গ্ৰেপ্তাৰ হয় বৰষা বৰা বৰদলৈ৷ সুৰাৰ অনুজ্ঞা পত্ৰৰ নামত উৎকোচ বিচাৰিছিল ১ লাখ টকা৷

আনহাতে ডিব্ৰুগড়তো দুৰ্নীতি নিবাৰক শাখাৰ অভিযান৷ অভিযানত জালত শিক্ষা বিভাগ কাৰ্যালয়ৰ সহায়ক নৱজ্যোতি শৰ্মা৷
উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হয় নৱজ্যোতি শৰ্মা৷ খোৱাঙৰ খণ্ড মিছন সমন্বয়ক শিক্ষা বিষয়াৰ কাৰ্যালয়ত চলিছিল এই অভিযান৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × three =

Back to top button