অসমদৈনিক বাতৰিভাৰতৰাজনৈতিক

ডিব্ৰুগড়ত বিৰোধী ঐক্যমঞ্চৰ ৰাজনৈতিক অভিৱৰ্তন, জিলা পুথি ভঁৰালত বিৰোধী ঐক্যৰ বিশাল জনসভা….

ডিব্ৰুগড়ত বিৰোধী ঐক্যমঞ্চৰ ৰাজনৈতিক অভিৱৰ্তন

জিলা পুথি ভঁৰালত বিৰোধী ঐক্যৰ বিশাল জনসভা

শাসকীয় মিত্ৰজোঁট চৰকাৰক প্ৰতিহত কৰাৰ লক্ষ্য

বিৰোধী ঐক‍্যমঞ্চ‌ই আৰম্ভ কৰিছে কাইণ্টডাউন

চৌকিডিঙি খেলপথাৰৰ পৰা উলিয়ালে বৃহৎ ৰেলী

বিৰোধী ঐক‍্যমঞ্চ অসমৰ ৰাজনৈতিক অভিৱৰ্তনৰ আজি দ্বিতীয় দিনাৰ কাৰ্যসূচী ডিব্ৰুগড়ৰ জিলা পুথি ভঁৰালত অনুষ্ঠিত হয়। ডিব্ৰুগড়ৰ চৌকিদিঙ্গি খেলপথাৰা পৰা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহলৈ বৃহৎ সাংস্কৃতিক শোভাযাত্ৰাৰ ৰেলীৰে বিৰোধী ঐক‍্যমঞ্চৰ সকলো নেতা কৰ্মীক আদৰি অনা হয়। তাৰ পাছতে জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে সাধাৰণ সভা। সভাৰ সভাপতি হিচাপে আসন গ্ৰহণ কৰে বিৰোধী ঐক‍্যমঞ্চৰ সভাপতি ভূপেন বৰাই। ডিব্ৰুগড়ৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা জনসভাত ১৫ টা দলৰ নেতৃত্বই অংশগ্রহণ কৰে।

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

6 − two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.