অসমউৎসৱগুৱাহাটীভাৰতমনোৰঞ্জন

আজি দেউৰী বিহুৰ উৰুকা। মাজুলীত উদযাপিত দেউৰীসকলৰ ‘ইবাঁকু বিচু’

ব’হাগৰ প্ৰথমটো বুধবাৰে দেউৰীসকলে পালন কৰে উৰুকা। কাইলৈ দেউৰীসকলে পালন কৰিব গৰু বিহু আৰু মানুহ বিহু।

আজি দেউৰী বিহুৰ উৰুকা।

মাজুলীত উদযাপিত দেউৰীসকলৰ ‘ইবাঁকু বিচু’।

ব’হাগৰ প্ৰথমটো বুধবাৰে দেউৰীসকলে পালন কৰে উৰুকা।

কাইলৈ দেউৰীসকলে পালন কৰিব গৰু বিহু আৰু মানুহ বিহু।

মাজুলীৰ চিৰাম দেউৰী গাৱঁত উখল-মাখল পৰিৱেশ।

দেউশালৰ মূল পূজাৰীজনৰ চোতালত গাওঁখনৰ সকলো লগ হৈ বিহু মৰা পিছত পুৱা প্ৰায় ডেকা-গাভৰু, বোৱাৰীসকলে আনন্দত আত্মহাৰা হৈ খেলে বোকাখেল ৷

অসমৰ অন্যতম বৃহৎ জনগোষ্ঠী দেউৰীসকলে আজিৰ দিনটোতে উদযাপন কৰে তেওঁলোকৰ বসন্ত উৎসৱ বা বিহু ‘ইবাঁকু বিচু’।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.