AssamhoroscopeSocialSocial Networkগুৱাহাটী

আজিৰ দিনটো কেনেকৈ যাব আপোনাৰ?

আজিৰ দিনটোৰ ৰাশিফল

১. মেষ ৰাশি  : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে সফলতাৰে বিদ্যা আহৰণ কৰিবলৈ সক্ষম হব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য দেহ মনত কষ্ট পাৱলগীয়া হ’ব পাৰে লগতে আজি আপুনি স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখাটো ভাল হ’ব।

২. বৃষ ৰাশি  :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য ঘৰুৱা কৰ্মত মনোমালিন্য হ’ব পাৰে লগতে আজি আপোনাৰ মনৰ আনন্দ সামান্য হ্ৰাস হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি  :- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, কৰ্মত শুভ বুলি কব পাৰি, বিবাহিত ব্যক্তি সকলে সন্তানৰ সুখ শান্তি লাভ কৰিব, লগতে আজি আপোনাৰ ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভোজনত সুখ বাঢ়িব , সমাজ কৰ্মী আৰু ৰাজনৈতিক কৰ্মী সকলে ৰাজহুৱা সন্মান লাভ কৰিব, যদিও আজি আপোনাৰ দ্ৰব্য হানি হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

৫. সিংহ ৰাশিৰ  :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ বুলি কব পাৰি, উত্তম বস্ত্ৰ লাভ কৰিব, লগতে আজি আপুনি কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি  : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, ভাল খাদ্য গ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য বাধাৰ সৃষ্টি হ’ব পাৰে লগতে আজি আপুনি সজাগ নহ’লে সামান্য খৰচ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি : – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব, ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ’ব।

৮. বৃশ্চিক ৰাশি : – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনত সুখ- শান্তি বাঢ়িব, যদিও আজি কৰ্মচাৰী সকলে সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য বাধাৰ সৃষ্টি হ’ব পাৰে, লগতে আজি আপুনি সজাগ নহ’লে সামান্য ক্ষতি হোৱাৰ সম্ভাৱনা দেখা যায়।

৯. ধনু ৰাশি  : – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সামান্য ব্যয় বাঢ়িব পাৰে, কৰ্ম কৌশল আয়ত্ব কৰিবলৈ সক্ষম হব, লগতে আজি আপুনি সজাগ নহ’লে ভ্ৰমণত সামান্য বাধাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি  : – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সন্মান বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য মনত চিন্তা বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহ’লে দেহ মনত সামান্য আঘাত পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি  : – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব, ঘৰুৱা কৰ্মত শুভ বুলি কব পাৰি, যদিও আজি আপুনি সজাগ নহ’লে সৰু- সুৰা কথাই আপোনাৰ মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ কৰাৰ যোগ দেখা যায়।

১২. *মীন ৰাশি-  :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণত আনন্দ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হ’ব পাৰে লগতে আজি আপোনাৰ আত্ম গ্লানি ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 − 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.