leatest updateঅপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীভাৰত

শিক্ষকৰ প্ৰহাৰত কাণৰ পৰ্দা ফাটিল পঞ্চম শ্ৰেণীৰ ছাত্ৰৰ।

টিংখাঙৰ ৰঙামণি দ্বীপজ্যোতি প্ৰাঃ বিদ্যালয়ত সংঘটিত হ'ল এই ঘটনা।

শিক্ষকৰ প্ৰহাৰত কাণৰ পৰ্দা ফাটিল পঞ্চম শ্ৰেণীৰ ছাত্ৰৰ। টিংখাঙৰ ৰঙামণি দ্বীপজ্যোতি প্ৰাঃ বিদ্যালয়ত সংঘটিত হ’ল এই ঘটনা। বিদ্যালয়ত পাঠদান চলি থকা অৱস্থাতে শিক্ষকে কাণতলীয়া চৰ শুধোৱাত ছাত্র জনৰ কাণৰ পৰ্দা ফাটি যোৱাৰ অভিযোগ উত্থাপিত হৈছে প্ৰধান শিক্ষক যতীন তাঁতীৰ বিৰুদ্ধে।

আহত ছাত্র জনক ৰাজগড় সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়া হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয়। পুত্ৰৰ কাণৰ পৰ্দা ফাটি যোৱা ঘটনাত বিদ্যালয় খনৰ প্ৰধান শিক্ষক যতীন তাঁতীৰ বিৰুদ্ধে ৰাজগড় আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ছাত্ৰজমনৰ পিতৃ মাতৃয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.