leatest updateঅসমগুৱাহাটীদৈনিক বাতৰি

খাৰঘুলিত জলবিস্ফোৰণ; খোৱা পানীৰ নামত গেমনৰ ‘হত্যাকাণ্ড।’

পানীৰ পাইপ ফুটি কেইবা শ ওপৰলৈ উঠিল পানী।

মহানগৰীৰ খাৰঘুলিত অঘটন৷ গেমনৰ পাইপ ফুটি হাহাকাৰ পৰিস্থিতি। পানীৰ পাইপ ফুটি কেইবা শ ওপৰলৈ উঠিল পানী। পাইপ বিস্ফোৰণৰ ফলত বৰ্তমানলৈকে মৃত্যু দুগৰাকী মহিলাৰ। শিশুসহ কেইবাগৰাকীও লোক গুৰুতৰভাৱে আহত। মৃত মহিলা কেইগৰাকীৰ নাম সুমিত্ৰা ৰাভা আৰু মৃদুলা হালৈ।

 

নিৰ্মল দাস নামৰ এটি ৮বছৰীয়ে শিশু আহত হোৱাৰ খবৰ পোৱা গৈছে। জলমগ্ন হৈ পৰিছে সমগ্ৰ অঞ্চল । ক্ষন্তেকতে পানীয়ে তচনচ কৰিলে কেইবাটাও বাসগৃহ লগতে পানীৰ সোঁতে উটুৱাই নিলে কেইবাখনো বাহন। বৃদ্ধি হব পাৰে নিহতৰ সংখ্যা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − twelve =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.