অপৰাধঅসম

দূর্গাপূজাৰ মাজতে চোৰৰ উপদ্ৰৱ

নগদ ধনসহ সামগ্ৰী লৈ পলাল চোৰ

দূর্গাপূজাৰ আনন্দৰ মাজতে সোণাৰিত চোৰৰ উপদ্ৰৱ। সোণাৰিৰ নামৰূপ বাছ ষ্টেণ্ডৰ কাষতে নগদ ধনসহ সামগ্ৰী লৈ পলাল চোৰে।

বুধবাৰে সন্ধিয়া নেকিবুৰ ৰহমান নামৰ ঘৰত চোৰ সোমাই চলালে উপদ্ৰৱ।

উল্লেখ্য যে, দিনক দিনে সোণাৰি নগৰত বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ। সোণাৰি নগৰত আৰক্ষীয়ে গিজগিজাই থকাৰ পাছতো চোৰৰ উপদ্ৰৱ বৃদ্ধি পোৱাটো সম্প্ৰতি চিন্তনীয় কাৰণ হৈ পৰিছে ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 − two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.