অসমপৰিৱেশপ্ৰাকৃতিক দুৰ্যোগবতৰ

মহানৱমীৰ দিনাই এক মৃদু ভুমিকম্পই জোকাৰি গ’ল অসম

ভুমিকম্পটোৰ অভিকেন্দ্ৰ আছিল উজনি অসমৰ লখিমপুৰ

মহানৱমীৰ দিনাই এক মৃদু ভুমিকম্পই জোকাৰি গ’ল অসম।

সমতলৰ পৰা ১০ কিলোমিটাৰ গভীৰতাত  উজনি অসমৰ লখিমপুৰ জিলাত অভিকেন্দ্ৰ আছিল এই ভুমিকম্পৰ। ভুমিকম্পটোৰ ৰিখটাৰ স্কেল আছিল ৩.৩।

দিনৰ প্ৰায় ১১.৬ মান বজাত এই ভুমিকম্পৰ জোঁকাৰণি অনুভুত হয়।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 + five =

Back to top button