leatest updatenationalSocial

আজি স্বামী বিবেকানন্দৰ ১৬১সংখ্যক জন্মজয়ন্তী।

দেশত ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পানল কৰা হৈছে স্বামী বিবেকানন্দৰ জন্মজয়ন্তী।

যুৱ সমাজৰ অনুপ্ৰেৰণাৰ প্ৰতীক, সনাতনী হিন্দু সংস্কৃতিৰ প্ৰধান পৃষ্ঠপোষক স্বামী বিবেকানন্দৰ আজি ১৬১সংখ্যক জন্মজয়ন্তী। শুকুৰবাৰে দেশজুৰি পালন কৰা হয় তেখেতৰ জন্মজয়ন্তী। ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে স্বামী বিবেকানন্দৰ জন্মজয়ন্তী দেশত পালন কৰা হৈছে। এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীলৈ দিয়া বাৰ্তাত স্বামী বিবেকানন্দক শতকোটি প্ৰণাম আগবঢ়ায়।

ভাৰতীয় আধ্যাত্মিকতা আৰু সংস্কৃতিক বিশ্ব পৰ্যায়ত প্ৰতিষ্ঠা কৰা স্বামী বিবেকানন্দৰ বিচাৰ আৰু বাৰ্তাই যুগ–যুগান্তৰলৈ যুৱকসকলক অনুপ্ৰাণিত কৰি যাব বুলি প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.