অপৰাধঅসম

ৰৌণক আলী হাজৰিকাৰ পত্নী নুচৰতলৈ আদালতৰ চমন

৪ ফেব্ৰুৱাৰী ত আদালতত হাজিৰৰ নিৰ্দেশ দিয়া হৈছে ৰৌণক আলী হাজৰিকাৰ পত্নী নুচৰতক

নুচৰত ৰৌণক হাজৰিকালৈ আদালতৰ চমন। ৪ ফেব্ৰুৱাৰী ত আদালতত হাজিৰৰ নিৰ্দেশ দিয়া হৈছে ৰৌণক আলী হাজৰিকাৰ পত্নী নুচৰতক। লগতে ফৰিদ আলীলৈও চমন জাৰি।

৪ ফেব্ৰুৱাৰীত গোচৰৰ তাৰিখত উপস্থিত থাকিব লাগিব দুয়ো। আনহাতে, কাৰাগাৰৰ পৰাই ভিডিঅ’ কনফাৰেন্সযোগে উপস্থিত থাকিব ৰৌণক আলী হাজৰিকা। বিশেষ ন্যায়াধীশৰ আদালতে জাৰি কৰিছে এই চমন।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen − 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.