অৰ্থনৈতিকজম্মু-কাশ্মীৰজীৱনশৈলীভাৰতমনোৰঞ্জন

ভাৰতীয় ষ্টেট বেংক অফ ইণ্ডিয়াই মুকলি কৰিলে উপঙি থকা এটিএম

ডাল হ্ৰদত ফুৰিবলৈ অহা লোকে এতিয়াৰে পৰা পানীৰ মাজতে এটিএমৰ সুবিধা লাভ কৰিব পাৰিব

ভাৰতীয় ষ্টেট বেংক অফ ইণ্ডিয়াই মুকলি কৰিলে উপঙি থকা এটিএম। এই উপঙা এটিএমটো মুকলি হ’ল জম্মু কাশ্মীৰৰ ডাল হ্ৰদত।

ডাল হ্ৰদত ফুৰিবলৈ অহা লোকে এতিয়াৰে পৰা পানীৰ মাজতে এটিএমৰ সুবিধা লাভ কৰিব পাৰিব। এই এটিএমটো হ্ৰদটোৰ জনপ্ৰিয় হাউছ বোট বোৱা নাৱত খোলা হৈছে।

১৯ আগষ্ট তাৰিখে মুকলি কৰা হয় হ্ৰদৰ পানীত উপঙি থকা এটিএমটো। মুকলি কৰে ষ্টেট বেংক অফ মুকলিৰ পিছতে জনপ্ৰিয় হৈ পৰিছে এই উপঙা এ টি এমটো।

উল্লেখ্য যে, ২০০৪ চনত কেৰালাৰ কোচিত দেশৰ প্ৰথমটো পানীত উপঙি থকা এটিএম মুকলিৰ কৰিছিল ভাৰতীয় ষ্টেট বেংক অফ ইণ্ডিয়াই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − 14 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.