আন্তঃৰাষ্ট্ৰীয়

ইউক্ৰেইনৰ খাৰকীভত প্ৰৱেশ কৰিলে ৰাছিয়ান সৈন্য, পিছে ইউক্ৰেইনৰ সৈন্যৰ হাতত ধৰাশায়ী ৰাছিয়াৰ সৈন্য…

উল্লেখ্য যে, ৰাছিয়ান সৈন্যই যদিও আক্ৰমণ অব্যাহত ৰাখিছে, তথাপি বেলাৰুছত ইউক্ৰেইনৰ সৈতে শান্তি আলোচনাত মিলিত হ'ব বিচাৰিছে ৰাছিয়া

ইউক্ৰেইনৰ চহৰ কিভত আক্ৰমণ কৰাৰ পিছতে দেওবাৰে খাৰকীভত প্ৰৱেশ কৰিলে ৰাছিয়ান সৈন্য। ইউক্ৰেইনৰ দ্বিতীয় বৃহৎ চহৰ খাৰকীভত প্ৰৱেশ কৰি ৰাছিয়াৰ সৈন্যসকলে বিস্ফোৰিত কৰে গেছৰ পাইপলাইন।

যদিও ৰাছিয়াৰ সৈন্যই বীৰদৰ্পে খাৰকিভত প্ৰৱেশ কৰে তথাপি ইউক্ৰেইনৰ সৈন্যৰ হাতত ধ্বংস হয় ৰাছিয়াৰ কেইবাখনো যুদ্ধ বাহন।

উল্লেখ্য যে, ৰাছিয়ান সৈন্যই যদিও আক্ৰমণ অব্যাহত ৰাখিছে, তথাপি বেলাৰুছত ইউক্ৰেইনৰ সৈতে শান্তি আলোচনাত মিলিত হ’ব বিচাৰিছে ৰাছিয়া।

 

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.