অপৰাধঅসমঅসম আৰক্ষী

ACAৰ প্ৰাক্তন সম্পাদক প্ৰদীপ বুঢ়াগোহাঁই গ্ৰেপ্তাৰ

বিত্তীয় কেলেংকাৰিত সাঙোৰ খাইছিল বুঢ়াগোহাঁইৰ নাম, ৰুজু হৈছিল ৫০ কোটি টকাৰ কেলেংকাৰিৰ গোচৰ

⬛ গ্ৰেপ্তাৰ হ’ল ACAৰ প্ৰাক্তন সম্পাদক প্ৰদীপ বুঢ়াগোহাঁই

⬛ ফটাশিল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰদীপ বুঢ়াগোহাঁইক

⬛ বিত্তীয় কেলেংকাৰিত সাঙোৰ খাইছিল বুঢ়াগোহাঁইৰ নাম

⬛ ৰুজু হৈছিল ৫০ কোটি টকাৰ কেলেংকাৰিৰ গোচৰ

⬛ কেইবাটাও জামিনবিহীন ধাৰাত ৰুজু হৈছিল গোচৰ

⬛ ACAৰ CEO প্ৰীতম মহন্তই ৰুজু কৰিছিল গোচৰ

⬛ ফটাশিল থানাত ৰুজু হৈছিল বুঢ়াগোহাঁইৰ বিৰুদ্ধে গোচৰ

⬛ সেই পত্ৰৰ প্ৰতি কোনো সঁহাৰি দিয়া নাছিল প্ৰদীপ বুঢ়াগোহাঁয়ে

⬛ US 120(B), 406, 409, 420, 469, 34 ধাৰাত ৰুজু গোচৰ

⬛ ফটাশিল থানাত ৰুজু হোৱা ৮১৭/২১ নং গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ

⬛ কেলেংকাৰিত আৰু ৩-৪জন বিষয়ববীয়াৰ নাম সাঙোৰ খোৱাৰ সম্ভাৱনা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one + 8 =

Back to top button