অসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

আজি দিছপুৰ থানাত হাজিৰ হ’ব লাগিব শ্ৰীনিৱাস

অংকিতা দত্তক যুৱ কংগ্ৰেছৰ সভাপতিৰ নিৰ্যাতন... আজি দিছপুৰ থানাত হাজিৰ হ’ব লাগিব শ্ৰীনিৱাস....

অংকিতা দত্তক যুৱ কংগ্ৰেছৰ সভাপতিৰ নিৰ্যাতন

আজি দিছপুৰ থানাত হাজিৰ হ’ব লাগিব শ্ৰীনিৱাস

যিকোনো মূহূৰ্তত দিছপুৰ থানাত হাজিৰ হ’ব পাৰে শ্ৰীনিৱাস

শ্ৰীনিৱাসৰ বিৰুদ্ধে অংকিতাই তৰিছিল গোচৰ

অংকিতা দত্তই ৰুজু কৰিছিল নিৰ্যাতনৰ গোচৰ

অংকিতাৰ গোচৰৰ ভিত্তিত হাজিৰ হোৱাৰ নিৰ্দেশ

দিছপুৰ থানাত হাজিৰৰ জাননী জাৰি কৰিছিল অসম আৰক্ষীয়ে

শ্ৰীনিৱাসৰ কৰ্ণাটকৰ ঘৰতো জাননী আঁৰি জাৰি কৰিছিল নিৰ্দেশ

কৰ্ণাটক শ্ৰীনিৱাসক বিচাৰি পোৱা নাছিল অসম আৰক্ষীয়ে

ইতিমধ্যে CIDৰ নিৰ্দেশ অমান্য কৰিছে শ্ৰীনিৱাসে

আজি শ্ৰীনিৱাসৰ হাজিৰক লৈ ব্যাপক চৰ্চা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.