অসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

পুনৰ বিতৰ্কত শৃংখল চলিহা…ব্যৱসায়িক থু পেলাই আটক হ’ল চলিহা…

শিৱসাগৰ আৰক্ষীয়ে আটক কৰিছে শৃংখল চলিহাক

বীৰ লাচিত সেনাৰ শৃংখল চলিহাক আটক

শিৱসাগৰ আৰক্ষীয়ে আটক কৰিছে শৃংখল চলিহাক

বিহু চান্দাৰ নামত ব্যৱসায়ীক হাৰাশাস্তিৰ অভিযোগ

মুখলৈ থু নিক্ষেপ কৰাৰ অভিযোগ

ব্যৱসায়ী অংকুশ কেডিয়াই তৰিছিল গোচৰ

DSP ডেইজী গগৈৰ নেতৃত্বত চলিছিল অভিযান

নিজৰ বাসগৃহৰ পৰাই গ্ৰেপ্তাৰ কৰে শৃংখলক

DGP জি পি সিঙৰ টুইটযোগে এই কথা প্ৰকাশ

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.