leatest updatenatural disastersolar eclipsespaceunivers

আজি বছৰৰ প্ৰথটো পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ; ভাৰতত দেখা পাবনে এই বিৰল মহাজাগতিক পৰিঘটনা?

৭.৫ মিনিট ধৰি আকাশত হব বিৰল মহাজাগতিক পৰিঘটনা।

৫০ বছৰৰ পিছত বিৰল মহাজাগতিক পৰিঘটনা। দিনতে হ’ব ঘোৰ অন্ধকাৰ! আজি বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ। ৫০ বছৰৰ পিছত হ’ব এই বিৰল সূৰ্যগ্ৰহণ। ৭.৫ মিনিট ধৰি আকাশত হব বিৰল মহাজাগতিক পৰিঘটনা। নিশা ৯ বাজি ১২ মিনিটৰ পৰা ৯ বাজি ১৫ মিনিটলৈ চলিব এই সূৰ্যগ্ৰহণ। এই সময়ছোৱাত চন্দ্ৰ আৰু সূৰ্য একেবাৰে কাষ চাপিব। দূৰত্ব থাকিব মাত্ৰ ৩ লাখ ৬০ হাজাৰ কিলোমিটাৰ।

এই গ্ৰহণ বিগত অৰ্ধ শতাব্দীৰ দীৰ্ঘতম সূৰ্যগ্ৰহণ বুলি জনা গৈছে। ভাৰতত এই গ্ৰহণৰ আংশিক প্ৰভাৱ পৰিব বুলি জানিব পৰা গৈছে। মেক্সিকো, আমেৰিকা, কানাডা, মন্ত্ৰাণা, নৰ্থ ডাকোটা, ছাউথ ডাকোটাত এই মহাজাগতিক পৰিঘটনা দৃশ্যমান হ’ব।

এনে পৰিঘটনা ২০২০ চনৰ জুন মাহত ভাৰতত দেখা গৈছিল। ইয়াৰ পূৰ্বে ২০০৯ চনত বেনাৰসত দেখা গৈছিল এই বিৰল ঘটনা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.