Assamassam policeCMO AssamHimanta Biswa SarmaSocial

এতিয়াৰে পৰা এজাহাৰ দিবলৈ থানালৈ যাব নালাগে আপুনি।

102ত ফোন কৰিলেই আপোনাৰ ঘৰত উপস্থিত হ’ব আৰক্ষী

শীঘ্ৰে অসম আৰক্ষীত আৰম্ভ হ’ব ১০২ সেৱা। ঘৰৰে পৰা এজাহাৰ দিব পাৰিব আৰক্ষীক। 102ত ফোন কৰিলেই আপোনাৰ ঘৰত উপস্থিত হ’ব আৰক্ষী। চুৰি-ডকাইতি হ’লে শীঘ্ৰে উপস্থিত হ’ব আৰক্ষী।

দেৰগাঁৱত হ’ব 102ৰ কল চেণ্টাৰ। ৩০০-৪০০ যুৱক-যুৱতী নিয়োজিত হ’ব কল চেণ্টাৰত। দেৰগাঁৱত ঘোষণা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve − 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.