অসমআঞ্চলিকদৈনিক বাতৰি

শিৱসাগৰত বান পৰিস্থিতিৰ ভয়াবহ ৰূপ, দিখৌ সমান্তৰালভাৱে বাঢ়িছে দিচাং নৈৰ পানী

শিৱসাগৰত বান পৰিস্থিতিৰ ভয়াবহ ৰূপ, দিখৌ সমান্তৰালভাৱে বাঢ়িছে দিচাং নৈৰ পানী

শিৱসাগৰত বান পৰিস্থিতিৰ ভয়াবহ ৰূপ। দিখৌ সমান্তৰালভাৱে বাঢ়িছে দিচাং নৈৰ পানী। শিৱসাগৰ জিলাৰ পশ্চিম বকতাত দিচাং আৰু দিৰৈ ওভতনি পানীৰ তাণ্ডৱ।

দিশহাৰা প্ৰায় ২৫খনতকৈ অধিক গাওঁৰ কৃষক। মূৰৰ ঘাম মাটিত পেলাই কৰা ধান খেতিৰ কঠিয়া এতিয়া বৰ্তমান বানপানীৰ তলত। শ শ বিঘা খেতিৰ মাটিত কঠিয়া গেলি যোৱাৰ উপক্ৰম হোৱাত কৃষকৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 − nine =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.