অপৰাধঅসমঅসম আৰক্ষী

শিৱসাগৰত দুৰ্ঘটনা, গৰুভৰ্তি কণ্টেইনাৰ আৰু সুৰা ভৰ্তি ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই পলায়ন কৰে বাহন দুখনৰ চালক-হেণ্ডিমেন। দ

শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা। NRL তেল ডিপোৰ সন্মুখত দহচকীয়া কণ্টেইনাৰ আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাত পতিত হোৱা কণ্টেইনাৰৰ পৰা উদ্ধাৰ কৰা হয় ৩৬টা গৰু। আনহাতে, আনখন ট্ৰাকত অনা হৈছিল বৃহৎ পৰিমাণৰ সুৰা।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই পলায়ন কৰে বাহন দুখনৰ চালক-হেণ্ডিমেন। দহচকীয়া কণ্টেইনাৰত গৰু উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি চোৰাং গৰু কঢ়িওৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। ইতিমধ্যে, ঘটনা সন্দৰ্ভত আৰম্ভ কৰা হৈছে তদন্ত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 + 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.