অপৰাধঅসমদৈনিক বাতৰি

পুত্ৰ সন্তান জন্ম দিব নোৱাৰাৰ বাবে ডিব্ৰুগড়ত এগৰাকী মহিলাক তালিবানী শাস্তি

পুত্ৰ সন্তান জন্ম দিব নোৱাৰাৰ বাবে ডিব্ৰুগড়ত এগৰাকী মহিলাক তালিবানী শাস্তি

ডিব্ৰুগড়ত এগৰাকী মহিলাক তালিবানী শাস্তি

১৫ বছৰ ধৰি অত্যাচাৰৰ সন্মুখীন মহিলাগৰাকী

স্বামী, শহুৰ, শাহুৱে নিতৌ অত্যাচাৰ চলায় মহিলাগৰাকীক

পুত্ৰ সন্তান জন্ম দিব নোৱাৰাৰ বাবেই এই অত্যাচাৰ

মহিলাগৰাকীৰ নৰাধম স্বামী বিজয়েন্দ্ৰ মৌৰ্য

বিজয়েন্দ্ৰ মাৰ্ঘেৰিটা আদালতৰ অধিবক্তা

অসুখত ভুগি সন্তান জন্মৰ ক্ষমতা হেৰুৱালে মহিলাগৰাকীয়ে

অধিবক্তা স্বামীৰ পৈশাচিক কাণ্ডক লৈ ডিব্ৰুগড়ত চাঞ্চল্য

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 + fifteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.