অভিনয়ভাৰতমনোৰঞ্জন

কুণ্ডলী ভাগ্যৰ বিখ্যাত অভিনেত্ৰী শ্ৰদ্ধা আৰ্যৰ হানিমুনৰ ছবিয়ে ৰোমাঞ্চিত কৰিছে অনুৰাগীসকলক

টিভি ধাৰাবাহিক কুণ্ডলী ভাগ্যৰ বিখ্যাত অভিনেত্ৰী শ্ৰদ্ধা আৰ্যই পূৰাদমে উপভোগ কৰিছে নিজৰ বৈবাহিক জীৱন

টিভি ধাৰাবাহিক কুণ্ডলী ভাগ্যৰ বিখ্যাত অভিনেত্ৰী শ্ৰদ্ধা আৰ্যই পূৰাদমে উপভোগ কৰিছে নিজৰ বৈবাহিক জীৱন।
শেহতীয়াকৈ শ্ৰদ্ধাই সামাজিক মাধ্যমত হানিমুনৰ কেইখনমান ছবি শ্বেয়াৰ কৰিছে। ছবিকেইখনত শ্ৰদ্ধাক মালদ্বীপৰ তীৰ অত্যন্ত সুখী দেখা গৈছে।

বিয়াৰ পিছত শ্ৰদ্ধা আৰ্যই নেভী অফিচাৰ ৰাহুল নাগলৰ সৈতে বৈবৈহিক জীৱনৰ আনন্দ উপভোগ কৰিছে মালদ্বীপত আৰু তাৰেই আপডেট দিছে নিজৰ অনুৰাগী সকলক।

ইনষ্টাগ্ৰামত শ্ৰদ্ধাৰ ফটো দেখি অনুৰাগীসকল ৰোমাঞ্চিত হৈ উঠিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight + 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.