অসমদুৰ্ঘটনা

তেজপুৰত ভয়ংকৰ অগ্নিকাণ্ড, ভস্মীভূত প্ৰায় ১৫খনকৈ বিলাসী গাড়ী

জুইত জাহ কেইবা কোটি টকাৰ সা-সম্পত্তি

◾তেজপুৰৰ কৃষ্ণ হুণ্ডাই ডিলাৰত ভয়ংকৰ অগ্নিকাণ্ড

◾অগ্নিকাণ্ডত ভস্মীভূত প্ৰায় ১৫খনকৈ বিলাসী গাড়ী

◾জুইত জাহ কেইবা কোটি টকাৰ সা-সম্পত্তি

◾ভেনু, আই-20, ক্ৰেতা, অৰা শ্ৰেণীৰ বাহন ভস্মীভূত

◾প্ৰায় ৬০ লাখ টকাৰ গাড়ীৰ পাৰ্টচো জাহ অগ্নিকাণ্ডত

◾অগ্নিনিৰ্বাপকবাহিনীয়েনিৰ্বাপিতকৰেজুই

◾তেজপুৰ, ৰঙাপাৰা, জামুগুৰি, ঢেকিয়াজুলি,আমবাগান, কলিয়াবৰ আৰু বায়ু সেনা বাহিনীৰ ১৫ খন অগ্নি নিৰ্বাপক গাড়ীয়ে জুঁই নিৰ্বাপনত সহায় কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

six − 2 =

Check Also
Close
Back to top button