অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীছিংগাপুৰদুৰ্ঘটনাশিল্পীসংগীতসংস্কৃতিস্বাস্থ্য

অ/ন্ত্যেষ্টিক্ৰিয়াৰ পূৰ্বে পুনৰ হʼব জুবিনৰ ম/ৰণোত্তৰ পৰীক্ষা

GMCHত কৰা হʼব মৰণোত্তৰ পৰীক্ষা

জুবিন গাৰ্গৰ আকস্মিক মৃ/ত্যু কাৰো কাম্য নাছিল। অনুৰাগীৰ সন্দেহ যে, জুবিনৰ মৃ/ত্যুত আছে কোনো গভীৰ ৰ/হস্য। ছিংগাপুৰত মৃ/ত্যুৰ পিছতেই ম/ৰণোত্তৰ পৰীক্ষা কৰা হৈছিল জুবিনৰ। মৰণোত্তৰ পৰীক্ষাৰ ফলাফলৰ মতে পানীত পৰি চিজাৰ অহাৰ বাবে মৃ/ত্যু হৈছিল জুবিন গাৰ্গৰ। কিন্তু অসমবাসীয়ে সন্দেহ কৰিছে জুবিন গাৰ্গৰ মৃ/ত্যুৰ এই ঘটনাত জড়িত‌ আছে বহু লোক। অনিচ্ছা স্বত্বেও ছিংগাপুৰলৈ লৈ যোৱা হৈছিল শিল্পী গৰাকীক। সকলোৱে দাবী জনায় যে পুনৰ হʼব লাগে ম/ৰণোত্তৰ পৰীক্ষা।

অনুৰাগীৰ অনুৰোধৰ প্ৰতি সন্মতি জনাই মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে অ/ন্ত্যেষ্টিক্ৰিয়াৰ পূৰ্বে জুবিন গাৰ্গৰ পুনৰ ম/ৰণোত্তৰ পৰীক্ষা কৰা হʼব। মঙ্গলবাৰে পুৱা ৭.৩০ বজাত GMCH ত সম্পন্ন হʼব এই ম/ৰণোত্তৰ পৰীক্ষা। মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্তক একেমুখে সঁহাৰি জনাইছে জুবিনৰ অনুৰাগীয়ে

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − twelve =

Back to top button