অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰত

মহানগৰীৰ স্মাৰ্ট আৰক্ষীক প্ৰত্যাহ্বান স্মাৰ্ট চোৰৰ, অন কেমেৰাত লুটি লৈ গ’ল নগদ ধনসহ সোণৰ আ-অলংকাৰ

মহানগৰীৰ স্মাৰ্ট আৰক্ষীক প্ৰত্যাহ্বান স্মাৰ্ট চোৰৰ

অন কেমেৰাত লুট-পাত স্মাৰ্ট চোৰৰ

এই ঘটনা মঠঘৰীয়াৰ শান্তি নগৰৰ

খিৰিকী খুলি ভিতৰত প্ৰৱেশ চোৰৰ

লুটি লৈ গ’ল নগদ ধনসহ সোণৰ আ-অলংকাৰ

ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল ভুক্তভোগীৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 + 13 =

Back to top button