অসমজন্তুজীৱনশৈলীদৈনিক বাতৰিবন্যপ্ৰাণী

বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১৪৪ ধাৰা জাৰি

যান-বাহনৰ গতিবেগ ঘণ্টাত ৪০ কিলোমিটাৰ নিৰ্ধাৰন

বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১৪৪ ধাৰা জাৰি

◾কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জাৰি ১৪৪ ধাৰা।

◾বুঢ়াপাহাৰ, বাগৰি ৰেঞ্জৰ কাষেৰে যোৱা ঘাইপথ ১৪৪ ধাৰা।

◾বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু উদ্যান কৰ্তৃপক্ষ।

◾যান-বাহনৰ গতিবেগ ঘণ্টাত ৪০ কিলোমিটাৰ নিৰ্ধাৰন।

◾কলিয়াবৰৰ আমগুৰিৰ পৰা বাগৰিলৈ বাহনৰ গতিবেগ নিৰ্ধাৰন।

◾বুঢ়াপাহাৰ বনাঞ্চলত সাজু কৰি তুলিছে ২৫ খন হাত নাওঁ, ৩ খনকৈ মেচিন নাওঁ।

◾বানপানীৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বন্য জীৱ-জন্তু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি কাৰ্বি পাহাৰৰ দিশে যাতে নিৰাপদে পাৰ হ’ব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি কলিয়াবৰ মহকুমা প্ৰশাসনে জাৰি কৰে ১৪৪ ধাৰা ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 + one =

Back to top button