AssamCMO AssamHimanta Biswa Sarmaleatest updateSocial

২৯ নৱেম্বৰত ৰাজ্যৰ মেধাবী ছাত্ৰ-ছাত্ৰীলৈ আনন্দৰাম বৰুৱা বঁটা প্ৰদান।

HSত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীলৈ ৩০ নৱেম্বৰ আৰু ১ ডিচেম্বৰত প্ৰদান কৰা হ’ব স্কুটী।

২৯ নৱেম্বৰত ৰাজ্যৰ মেধাবী ছাত্ৰ-ছাত্ৰীলৈ আনন্দৰাম বৰুৱা বঁটা প্ৰদান। HSLCত ৭৫ শতাংশ নম্বৰ পোৱা শিক্ষাৰ্থীলৈ এই বঁটা। HSত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীলৈ ৩০ নৱেম্বৰ আৰু ১ ডিচেম্বৰত প্ৰদান কৰা হ’ব স্কুটী।

৩-৪ নৱেম্বৰত অসমলৈ আহি আছে ভূটানৰ ৰজা। ভূটানৰ ৰজাক আদৰিবলৈ  তৎপৰ ৰাজ্য চৰকাৰ। ভূটানৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মেডিকেল কলেজত সংৰক্ষণ কৰা হ’ব আসন। ৰাজ্য চৰকাৰৰ কেবিনেটৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × three =

Back to top button