AssamInternationalleatest updatenationalSocial

ভাৰত–বাংলাদেশৰ দ্বিপাক্ষিক সম্পৰ্কত নতুন অগ্ৰগতি।

দুই দেশৰ মাজত কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ

ভাৰত–বাংলাদেশৰ দ্বিপাক্ষিক সম্পৰ্কত নতুন অগ্ৰগতি। বুধবাৰে দুই দেশৰ মাজত কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই। দুয়োখন দেশৰ ৰাষ্ট্ৰনেতাই দুটাকৈ ৰে’ল পথ প্ৰকল্প আৰু এটা বিদ্যুৎ প্ৰকল্পৰ শুভাৰম্ভ কৰে ভাৰ্ছুৱেলী।

অখোৰা–আগৰতলা ক্ৰছ ব’ৰ্ডাৰ ৰে’ললিংক, খুলনা–মোঙলা বন্দৰ ৰে’ললাইন প্ৰকল্পৰ শুভাৰম্ভ কৰে দুই শীৰ্ষ নেতাই। ভাৰত চৰকাৰৰ প্ৰায় ৩৯৩ কোটি অনুদানমৰ্মে অখোৰা–আগৰতলা ৰে’ললিংক আৰু ৩৮৯ মিলিয়ন ডলাৰ ঋণ সাহায্যৰে খুলনা–মোঙলা বন্দৰ ব্ৰডগজ প্ৰকল্প বাংলাদেশৰ দ্বিতীয় বৃহৎ বন্দৰ হিচাপে চিহ্নিত হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen − 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.