AssamCity newsঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিকশিক্ষা

উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ সময়সূচী ঘোষণা….

উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ সময়সূচী ঘোষণা

উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ ঘোষণা

১২ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব পৰীক্ষা

১৩ মাৰ্চত অন্ত পৰিব HS চূড়ান্ত পৰীক্ষা

প্ৰতি জিলাৰ বিদ্যালয় পৰিদৰ্শকলৈ সময়সূচী প্ৰেৰণ

১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব ইংৰাজীৰ পৰীক্ষা

১৩ ফেব্ৰুৱাৰীত সংগীত গ্ৰুপ Aৰ পৰীক্ষা

১৬ ফেব্ৰুৱাৰীত ৰসায়ন বিজ্ঞান, বিজনেছ ষ্টাডি, ৰাজনীতি বিজ্ঞান

১৯ ফেব্ৰুৱাৰীত পদাৰ্থ বিজ্ঞান, শিক্ষা, একাউণ্টেন্সি

২১ ফেব্ৰুৱাৰীত MIL, ঐচ্ছিক ইংৰাজী

২২ ফেব্ৰুৱাৰীত উচ্চ সংস্কৃত, এণ্টাৰ প্ৰেনিঅ’ৰশ্বিপ ডেভলপমেণ্ট

২৩ ফেব্ৰুৱাৰীত সংগীত গ্ৰুপ Cৰ পৰীক্ষা

২৭ ফেব্ৰুৱাৰীত গণিত, ২৮ ফেব্ৰুৱাৰীত জীৱবিজ্ঞান, ইতিহাস

১ মাৰ্চত অৰ্থনীতি, ভূগোল, জৈৱ প্ৰযুক্তি, সুকুমাৰ কলা

২ মাৰ্চত এডভান্স লেংগুৱেজ, আৰবীক, পাৰ্চী, সংস্কৃত

৬ মাৰ্চত পৰিসংখ্যা বিষয়ৰ পৰীক্ষা

৭ মাৰ্চত বাণিজ্যিক গণিত, ভূ-তত্ত্ব

৯ মাৰ্চত দৰ্শন, ফাইনেন্স, চাইকোল’জী

১১ মাৰ্চত নৃতত্ত্ব, সমাজ বিজ্ঞান, ছেলছমেনশ্বিপ

১২ মাৰ্চত গাৰ্হস্থ্য বিজ্ঞান, কম্পিউটাৰ চায়েন্স

১৩ মাৰ্চত মাল্টিমিডিয়া, ৱেব টেকন’লজীৰ পৰীক্ষা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.