Assamleatest updateSocial

মোবাইলত গেম খেলিবলৈ নিদিয়াৰ বাবে আত্মহত্যা! পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য।

সাংসদ ৰাজদ্বীপ ৰয়ৰ বাসগৃহত কিশোৰৰ আত্মহত্যা

সাংসদ ৰাজদ্বীপ ৰয়ৰ বাসগৃহত কিশোৰৰ আত্মহত্যা

পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

চাঞ্চল্যকৰ তথ্য সদৰী সাংসদ ৰাজদ্বীপ ৰয়ৰ

ম’বাইলত গেম খেলিবলৈ নোপোৱাৰ বাবেই আত্মহত্যা

গেম খেলিবলৈ মাকক বিচাৰিছিল ম’বাইল ফোন

মাকে দিয়া নাছিল ম’বাইল

কিছু সময় পিছত শাৰীৰে চীপ লৈ আত্মহত্যা শিশুটিৰ

কোঠাত সোমাই প্ৰত্যক্ষ কৰে মাকে

৩ বছৰ ধৰি মহিলাগৰাকী আছে ৰাজদ্বীপ ৰয়ৰ গৃহৰ চৌহদত

দুটি শিশুক লৈ চৌহদৰ এটা কোঠাত থাকে বনকৰা মহিলাগৰাকী

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

6 + thirteen =

Back to top button