অসমমনোৰঞ্জন

শেষতীয়াকৈ ভাইৰেল হৈছে অভিনেত্ৰী আইমী বৰুৱাৰ কেইখনমান ফটো! দেখিলেনে আপুনি?

শেহতীয়াকৈ আইমী বৰুৱাই নিজৰ ছ’চিয়েল মিডিয়া পেজত কৰ্ণাটকৰ শ্ৰী ৰাঘৱেন্দ্ৰ স্বামী মঠৰ নিৰিবিলি পৰিৱেশত সময় কটোৱাৰ কেইখনমান ফটো শ্বেয়াৰ কৰিছে।

অসমীয়া ছবিজগতৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱা। অভিনেত্ৰীগৰাকীয়ে প্ৰায়ে সক্ৰিয় থাকে সামাজিক মাধ্যমত। প্ৰায়ে নিজৰ ছ’চিয়েল মিডিয়া পেজ’ত আপলোড কৰে আকৰ্ষণীয় ফটো বা ভিডিও। তাৰে বেছিভাগ তেওঁ পৰিয়াল আৰু পুত্ৰ- কণ্যাৰ সৈতে কটোৱা সুন্দৰ মূহুৰ্তসমুহ শ্বেয়াৰ কৰে।

May be an image of 5 people

কিন্তু শেহতীয়াকৈ আইমী বৰুৱাই নিজৰ ছ’চিয়েল মিডিয়া পেজত কৰ্ণাটকৰ শ্ৰী ৰাঘৱেন্দ্ৰ স্বামী মঠৰ নিৰিবিলি পৰিৱেশত সময় কটোৱাৰ কেইখনমান ফটো শ্বেয়াৰ কৰিছে।

May be an image of 2 people, people standing, people sitting and indoor

ফটোকেইখনত আইমী বৰুৱাই ভক্তসকলৰ সৈতে আহাৰ গ্ৰহণ কৰাও দেখা গৈছে।

No photo description available.

ফটোকেইখন শ্বেয়াৰ কৰি তেওঁ লিখিছে ‘কৰ্ণাটকৰ শ্ৰী ৰাঘৱেন্দ্ৰ স্বামী মঠৰ নিৰিবিলি পৰিৱেশত কিছুসময় কটাই খুবেই ভাল লাগিল। মঠটোত ভক্তসকলৰ সৈতে একেলগে আহাৰ গ্ৰহণ কৰি আপ্লুত হলোঁ। সকলোৰে ভাল হওঁক… তাৰেই কামনা কৰিছোঁ। 🙏’

May be an image of 3 people and people standing

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × four =

Back to top button