leatest updateSocialSocial Networksolar eclipse

এইবাৰ লক্ষ সূৰ্য। ২ ছেপ্টেম্বৰত সূৰ্য অভিযানৰ পৰিকল্পনা ISROৰ।

এইবাৰ লক্ষ সূৰ্য। ২ ছেপ্টেম্বৰত সূৰ্য অভিযানৰ পৰিকল্পনা ISROৰ। সূৰ্যলৈ প্ৰেৰণ কৰা হ’ব আদিত্য L-1 যান। ISROৰ এই অভিযানক লৈ ব্যাপক প্ৰস্তুতি। আহমেদাবাদৰ স্পেছ এপ্লিকেচন চেণ্টাৰৰ এই তথ্য। কেন্দ্ৰটোৰ সঞ্চালকৰ উদ্ধৃতিত এই বাতৰি।

আদিত্য L-1 হ’ব দেশৰ প্ৰথম মহাকাশকেন্দ্ৰিক পৰীক্ষাগাৰ। সূৰ্য আৰু পৃথিৱীৰ মাজত অৱস্থান কৰি চলাব অধ্যয়ন। পৃথিৱীপৃষ্ঠৰ পৰা ১৫ লাখ কিঃমিঃ দূৰত্বত আদিত্য L-1এ কৰিব অৱস্থান। এই দূৰত্ব অতিক্ৰম কৰিবলৈ সূৰ্যযানক লাগিব ১২০ দিন। সম্পূৰ্ণৰূপে স্বদেশীভাৱে নিৰ্মাণ হৈছে আদিত্য L-1।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 + fifteen =

Back to top button