অসমগুৱাহাটীজন্তুদৈনিক বাতৰিবন্যপ্ৰাণীভাৰতমনোৰঞ্জন

শিৱসাগৰত উদ্ধাৰ দুষ্পাপ্ৰ প্ৰজাতিৰ এটা বন ৰৌ

শিৱসাগৰত উদ্ধাৰ দুষ্পাপ্ৰ প্ৰজাতিৰ এটা বন ৰৌ।

মেটেকা মাজগাঁৱত উদ্ধাৰ কৰা হয় এই দুষ্পাপ্ৰ প্ৰজাতিৰ বনৰৌটো।

আন্তঃৰাষ্ট্ৰীয় বজাৰত কেইবা কোটি টকাৰ মূল্যৰ এই বন ৰৌতো হব বুলি অনুমান বিভিন্নজনৰ।

বৰ্তমান শিৱসাগৰ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত থকা এই বন ৰৌটোক স্বাস্থ্য পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিছে বিভাগীয় কৰ্তৃপক্ষই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten − 4 =

Back to top button