অসমদৈনিক বাতৰি

জনজাতি-অজনজাতিৰ সংঘাতত পুনৰ অশান্ত মণিপুৰ

জনজাতি-অজনজাতিৰ সংঘাতত পুনৰ অশান্ত মণিপুৰ

জনজাতি-অজনজাতিৰ সংঘাতত পুনৰ অশান্ত মণিপুৰ

১৮ দিন পিছত পুনৰ কুকী আৰু মেইটেৰ মাজত সংঘৰ্ষ

সংঘাতৰ পৰিণতিত ইম্ফলত বিক্ষিপ্ত ঘটনা

ৰাজধানী ইম্ফলত দুৰ্বৃত্তই জ্বলালে কেইবাটাও বাসগৃহ

ইম্ফলত জাৰি সান্ধ্য আইন, মোতায়েন সেনাবাহিনী

ইম্ফলত ২৬ মে’লৈকে বন্ধ কৰা হৈছে ইণ্টাৰনেট সেৱা

পৰিস্থিতিক লৈ উদ্বিগ্ন মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং

সকলোকে শান্তি শৃংখলা বৰ্তাই ৰাখিবলৈ আহ্বান

অগ্নিগৰ্ভ মণিপুৰৰ পৰিস্থিতি শান্ত হোৱাৰ পিছত পুনৰ উত্তপ্ত। মণিপুৰৰ শেহতীয়া গোষ্ঠী সংঘৰ্ষত গৃহহীন হৈছিল ১০ হাজাৰ পৰিয়াল। শেহতীয়া হিংসাত্মক ঘটনাত নিহত হৈছিল ৭১জনকৈ লোক। আহত হৈছিল ২৩০ৰো অধিক লোক। জনজাতি আৰু অজনজাতিৰ সংঘৰ্ষত ১,৭০০ আৱাসগৃহ হৈছিল বিধ্বস্ত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 + 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.