অসমদৈনিক বাতৰি

নলবাৰীৰ ইতিহাস প্ৰসিদ্ধ বিল্লেশ্বৰ দেৱালয়ত কিৰেণ ৰিজিজু

নলবাৰীৰ ইতিহাস প্ৰসিদ্ধ বিল্লেশ্বৰ দেৱালয়ত কিৰেণ ৰিজিজু

প্ৰাক্তন কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজুই আজি  নলবাৰীৰ ইতিহাস প্ৰসিদ্ধ বিল্লেশ্বৰ দেৱালয় দৰ্শন কৰে। দেৱালয় দৰ্শন কৰি অভিভূত হৈ পৰে কিৰেণ ৰিজিজু। ইয়াৰ পিছতে চামতা ৰূপকোৱৰ কলা পৰিষদ প্ৰেক্ষাগৃহত এখন দলীয় সভাত অংশ গ্ৰহণ কৰিব। ইয়াৰ পিছতে বি. ডি. ৰিজৰ্ট ত এখন সংবাদমেল কৰিব কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen − six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.