অসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিধৰ্মীয়ধাৰ্মিকভাৰত

আজি পবিত্ৰ ৰাখী পূৰ্ণিমা, ধুবুৰীৰ BSFৰ জলস্কন্ধ কাৰ্যালয়ত ৰাখীবন্ধনৰ বিশেষ কাৰ্যসূচী

আজি পবিত্ৰ ৰাখী পূৰ্ণিমা। ভাতৃ–ভগ্নীৰ পবিত্ৰৰ সম্বন্ধৰ আজি বিশেষ দিন।

ধুবুৰীৰ BSFৰ জলস্কন্ধ কাৰ্যালয়ত ৰাখীবন্ধনৰ বিশেষ কাৰ্যসূচী।

সীমান্ত চেতনা মঞ্চৰ  আৰক্ষী ছাউনিত উলহ মালহেৰে আয়োজন কৰা হৈছে ৰাখী বন্ধন উৎসৱৰ।

সীমান্ত চেতনা মঞ্চৰ কাৰ্য্যকৰ্তাসকলে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা কৰ্মসূত্ৰে ধুবুৰীলৈ লৈ অহা BSFৰ বিষয়া আৰু জোৱানসকলক সম্পূৰ্ণ মাংগলিক অনুষ্ঠান ৰাখী পৰিধান কৰায়।

ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক নবীন সিং উপস্থিত আজিৰ এই ৰাখী বন্ধন উৎসৱত থকা সেই কাৰ্য্যসূচী ভাৰত মাতা পূজনেৰে আৰম্ভ হয়।

আৰক্ষী অধীক্ষক সিংঙকে ধৰি উপস্থিত ধুবুৰী আৰক্ষীৰ অন্যান্য বিষয়া, জোৱান সকলক আনুষ্ঠানিক ভাৱে ৰাখী পৰিধান কৰোৱা হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen + 20 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.