অসম

Most Wanted: সব্যসাচী গোস্বামীৰ সন্ধান দিওতাক দিয়া হ’ব ১০ লাখ টকাৰ পুৰস্কাৰ…

সব্যসাচী গোস্বামীৰ বিৰুদ্ধে কাছাৰত ৰুজু কৰা হৈছে গোচৰ। RC নম্বৰ 01/2022ত গোচৰ ৰুজু মাওবাদী নেতাৰ বিৰুদ্ধে।

দুৰ্ধৰ্ষ মাওবাদী নেতা সব্যসাচী গোস্বামীক ম’ষ্ট ৱাণ্টেড ঘোষণা। NIAৰ ম’ষ্ট ৱাণ্টেডৰ তালিকাত সব্যসাচী গোস্বামী।

 

সব্যসাচী গোস্বামীৰ সন্ধান দিওতালৈ পুৰস্কাৰ ঘোষণা কৰিলে NIAই। সন্ধান দিওতাক দিয়া হ’ব ১০ লাখ টকাৰ পুৰস্কাৰ। পিছে NIAই গোপনে ৰাখিব সন্ধান দিওতাৰ নাম আৰু ঠিকনা।

 

উল্লেখ্য যে, সব্যসাচী গোস্বামীৰ বিৰুদ্ধে কাছাৰত ৰুজু কৰা হৈছে গোচৰ। RC নম্বৰ 01/2022ত গোচৰ ৰুজু মাওবাদী নেতাৰ বিৰুদ্ধে। ইয়াৰ পূৰ্বে গোলাঘাটৰ পৰা NIAই গ্ৰেপ্তাৰ কৰিছিল সব্যসাচী গোস্বামীক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen + 18 =

Back to top button