Assamnationalpoliticalঅসমগুৱাহাটীদিল্লীদৈনিক বাতৰিভাৰতৰাজনৈতিক

নতুন দিল্লীৰ যন্তৰ মন্তৰত মহিলা কংগ্ৰেছৰ বিশাল প্ৰতিবাদী কাৰ্যসূচী….

নতুন দিল্লীৰ যন্তৰ মন্তৰত মহিলা কংগ্ৰেছৰ বিশাল প্ৰতিবাদী কাৰ্যসূচী।

মহিলা সুৰক্ষা, মূল্যবৃদ্ধি, আদি বিভিন্ন বিষয়ৰ বিৰুদ্ধে ৰূপায়ন কৰা হৈছে প্ৰতিবাদী কাৰ্যসূচী।

প্ৰতিবাদী কাৰ্যসূচীত বিভিন্ন ৰাজ্যৰ লগতে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ নেতৃত্বত অসমৰ এটা দলে অংশগ্ৰহণ কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen + fifteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.