অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

লখিমপুৰত দল-সংগঠনৰ উত্তাল প্ৰতিবাদ, জোনমণি ৰাভাৰ হত্যাকাৰীৰ ফাঁচীৰ দাবীত এই প্ৰতিবাদ

লখিমপুৰত দল-সংগঠনৰ উত্তাল প্ৰতিবাদ।

জোনমণি ৰাভাৰ হত্যাকাৰীৰ ফাঁচীৰ দাবীত প্ৰতিবাদ অসমীয়া যুৱ মঞ্চৰ।

কমলাবাৰী পথত ধৰ্ণাৰে প্ৰতিবাদ সাব্যস্ত প্ৰতিবাদকাৰীৰ।

ভিন্ন শ্লোগানেৰে ৰাজপথতে ক্ষোভ উজাৰি প্ৰতিবাদস্থলী উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সংগঠনটোৱে।

নকল সোণ, জাল নোটৰ কলা সাম্ৰাজ্যখন উৎখাত কৰাৰ লগতে জোনমণি ৰাভাৰ হত্যা কাৰীক ফাঁচী নিদিলে ৰাজ্যজুৰি জংগী আন্দোলনৰ হুংকাৰন অসমীয়া যুৱ মঞ্চৰ।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seven − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.