অসমদৈনিক বাতৰি

নামৰূপ সাৰ কাৰখানা ৰক্ষাৰ দাবীত অব্যাহত গণ আন্দোলন…

নামৰূপ সাৰ কাৰখানা ৰক্ষাৰ দাবীত অব্যাহত গণ আন্দোলন...

নামৰূপ সাৰ কাৰখানা ৰক্ষাৰ দাবীত অব্যাহত আছে গণ আন্দোলন। সাৰ কাৰখানা বন্ধ কৰাৰ সিদ্ধান্ত বাতিলৰ লগতে চতুৰ্থটো গোট স্থাপন কৰাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ। একেদৰে ৰাজ্যত বৃহৎ ৰাসায়নিক সাৰ কেলেংকাৰিৰ তদন্ত কেন্দ্ৰীয় সংস্থাৰ দ্বাৰা চলোৱাৰ দাবীত ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত ৰূপায়ণ কৰে প্ৰতিবাদী সমাৱেশ।

নামৰূপ সাৰ কাৰখানাৰ প্ৰৱেশদ্বাৰত অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীত বহিৰাগত লৱীৰ দুৰ্নীতি–ভ্ৰষ্টাচাৰৰ বিৰুদ্ধেও গুৰুতৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 + one =

Back to top button