AssamEntertainmentFilm

৮০ দশকত জামুগুৰিহাটৰ লালেটাপুৰত প্ৰকৃততে হৈছিল কি?

২৪ নৱেম্বৰৰ পৰা ৰাজ্যৰ প্ৰায় সংখ্যক ছবিগৃহতেই মুক্তি লাভ কৰিব আদিত্যম শইকীয়া পৰিচালিত ৰঙাটাপু-১৯৮২।

২৪ নৱেম্বৰত ছবিগৃহত মুক্তি পাব ৰঙাটাপু। ৮০ দশকত জামুগুৰিহাটৰ লালেটাপুৰত সংঘটিত হোৱা প্ৰকৃত ঘটনাৰ আধাৰত নিৰ্মাণ কৰা হৈছে ৰঙাটাপু। চাৰিগৰাকী নাৰীৰ ধৈৰ্য, সাহস আৰু ত্যাগেৰে বুৰঞ্জীৰ বুকুত হেৰাই যোৱা তেজে ধোঁৱা এটা কাহিনীৰ নাম ৰঙাটাপু। ২৪ নৱেম্বৰৰ পৰা ৰাজ্যৰ প্ৰায় সংখ্যক ছবিগৃহতেই মুক্তি লাভ কৰিব আদিত্যম শইকীয়া পৰিচালিত ৰঙাটাপু-১৯৮২।

বৃহস্পতিবাৰে অনুৰাধা চিনেমা হলত ছবিখনৰ প্ৰিমিয়াৰ সম্পন্ন হয়। ৰঙাটাপু- ১৯৮২ এই ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে অভিনেত্ৰী আইমী বৰুৱা, ৰিম্পী দাস, অলিস্মিতা গোস্বামী প্ৰমুখ্যে বহু নপুৰণি অভিনেতা-অভিনেত্ৰীয়ে। ইতিমধ্যে ছবিখনৰ প্ৰিমিয়াৰ সম্পন্ন হোৱাৰ পিছতে এতিয়া চৰ্চাত ৰঙাটাপু।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 + 16 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.