অপৰাধঅসমঅসম আৰক্ষী

অব্যাহত আছে অসম আৰক্ষীৰ ধাৰাবাহিক এনকাউণ্টাৰ! এইবাৰ লক্ষ্য গৰুচোৰ

চোৰাং গৰু বেপাৰীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী

◼️অব্যাহত আছে অসম আৰক্ষীৰ ধাৰাবাহিক এনকাউণ্টাৰ

◼️পুনৰ নাৰায়ণপুৰৰ ধলপুৰত নিশা এনকাউণ্টাৰ

◼️চোৰাং গৰু বেপাৰীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী

◼️৬ ৰাউণ্ড গুলীচালনা ধলপুৰ আৰক্ষীৰ

◼️আৰক্ষীৰ গুলীত আহত দুই চোৰাং গৰু বেপাৰী

◼️আৰক্ষীৰ চকুত ধূলি দি পলায়ন আন দুই গৰু বেপাৰীৰ

◼️আহত দুই গৰু চোৰ মহম্মদ বদৰ আলী, আবাদুল ইছলাম

◼️ভৰিত গুলী লাগি গুলীবিদ্ধ দুই চোৰাং গৰু বেপাৰী

◼️গুলীবিদ্ধ দুয়োকে লখিমপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen − eleven =

Back to top button