অপৰাধঅসমঅসম আৰক্ষী

হাতীগাঁৱত পাৰ্টি কৰিবলৈ যোৱা যুৱকৰ মৃত্যুৰ নতুন তথ্য! আৰক্ষীৰ হাতত ঘটনাৰ নতুন মোৰ

মৃত যুৱকৰ দুই বন্ধুক গ্ৰেপ্তাৰ আৰক্ষীৰ

◼️হাতীগাঁৱত যুৱকৰ মৃত্যুৰ নতুন তথ্য

◼️মৃত যুৱকৰ দুই বন্ধুক গ্ৰেপ্তাৰ আৰক্ষীৰ

◼️গ্ৰেপ্তাৰ কৰে দেৱৰাজ ছেত্ৰী আৰু বিকী কুণ্ডুক

◼️ঘটনা সন্দৰ্ভত দুই বন্ধুসহ আটক ৪জনক

◼️বুধবাৰে উদ্ধাৰ হৈছিল ধ্ৰুৱজ্যোতি ডেকাৰ মৃতদেহ

◼️হোটেল পেৰাডাইজইনত উদ্ধাৰ হৈছিল মৃতদেহ

◼️৩ যুৱতীৰে পাৰ্টী কৰি নৈশ যাপন কৰিছিল ৩ যুৱকে

◼️৩ যুৱতীৰ সন্ধানত অভিযান অব্যাহত আৰক্ষীৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 + 16 =

Back to top button